• Home
  • অসম
  • NSA শুনানিৰ বাবে আদালতলৈ অনা হয় ভিক্টৰ দাসক
Image

NSA শুনানিৰ বাবে আদালতলৈ অনা হয় ভিক্টৰ দাসক

হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত ৰাইজৰ মাজত বিক্ষিপ্ত ঘটনাৰ বাবে উচতনি দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল সক্ৰিয় সামাজিক কৰ্মী ভিক্টৰ দাস ৷ পৰৱৰ্তী সময়ত দাসৰ বিৰুদ্ধে এনএছএ ধৰা সংযোজিত কৰা হৈছিল।

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা ভিক্টৰ দাসক আজি এনএছএ শুনানিৰ বাবে আদালতলৈ অনা হয় ৷ অৱশ্যে শুনানিৰ অন্তত পুনৰ লৈ যোৱা হয় কেন্দ্ৰীয় কাৰাগাৰলৈ ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আদালতৰ পৰা ওলায় অহা সময়ত বাহিৰত মাতৃক দেখি আৱেগিক হৈ পৰে ভিক্টৰ দাসে I

Releated Posts

ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ ‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’ কংগ্ৰেছ…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহু

আজি ভোগালী বিহু ভোগ-ৰসৰ সম্ভাৰ লৈ আহিল হেঁপাহৰ ভোগালী। আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু। পুহৰ অন্তত হাঁড় কঁপোৱা…

ByByMahesh Malakar Jan 14, 2026

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ

আজি ভোগালী বিহুৰ উৰুকাঃ মাছৰ বজাৰত গ্ৰাহকৰ ভিৰ সমগ্ৰ ৰাজ্যতে চলিছে ভোগালীৰ বিহুৰ ব্যাপক প্ৰস্তুতি। আজি ভোগালীৰ উৰুকা।…

ByByMahesh Malakar Jan 13, 2026

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান

বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ দেহাৱসান নিজৰাপাৰৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ শিল্পীগৰাকীৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল…

ByByMahesh Malakar Jan 13, 2026
Scroll to Top