• Home
  • অপৰাধনামা
  • দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে
Image

দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে

দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে

বিজেপিৰ ভিডিঅ’ কনফাৰেন্সত ১০ হাজাৰতকৈ ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ ভয়ংকৰ অভিযোগ

নিৰ্বাচনী আইন ভংগ কৰাৰ অভিযোগ দিলীপ শইকীয়াৰ বিৰুদ্ধে

ৰিপুন বৰা, লুৰীণ জ্যোতি গগৈ, মীৰা বৰঠাকুৰ আৰু ৰাজনৈতিক দলৰ নেতা উপস্থিত দিছপুৰ থানাত

ভোট কৰ্তনৰ সন্দৰ্ভত দিলীপ শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল বিৰোধী ঐক্যমঞ্চৰ

Releated Posts

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃ সুজাতা…

ByByMahesh Malakar Apr 13, 2026

“বিষধৰ সাপতকৈও ভয়ংকৰ বিজেপি”

“বিষধৰ সাপতকৈও ভয়ংকৰ বিজেপি” পশ্চিমবংগত একেদিনাই মোদী-মমতাৰ নিৰ্বাচনী সভা শিলিগুৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তীব্ৰ সমালোচনা TMCক বানকুৰাত বিজেপিক…

ByByMahesh Malakar Apr 13, 2026

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026
Scroll to Top