• Home
  • অসম
  • প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান
Image

প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান।

বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৪ বছৰ।

চিকিৎসাধীন অৱস্থাত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিকগৰাকীয়ে।

‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ পৰিচালন সঞ্চালক আছিল প্ৰয়াত সাংবাদিকগৰাকী।

প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ অসমৰ সংবাদ জগত।

প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Releated Posts

প্ৰবীণ সাংবাদিক,ধীৰেন্দ্ৰ নাথ চক্ৰৱতী আৰু নাই

জীৱনৰ অন্তিম পৰ্যায়ৰ লৈকে সক্ৰিয় হৈ থকা ধীৰেন্দ্ৰ নাথ চক্ৰৱতী আৰু নাই ।সাংবাদিকতাৰ ক্ষেত্ৰখনত জীৱনৰ অন্তিম পৰ্যায়ৰ লৈকে সক্ৰিয়…

ByByMahesh Malakar Feb 22, 2026

বিজেপিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰি ৰাঙলী হোৱা চোলাটো পিন্ধিয়ে BJPত যোগদান ভূপেন বৰাৰ!

বিজেপিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰি ৰাঙলী হোৱা চোলাটো পিন্ধিয়ে BJPত যোগদান ভূপেন বৰাৰ! কিয় এই চোলাটো পিন্ধি আহিল…

ByByMahesh Malakar Feb 22, 2026

বাজপেয়ী ভৱনত গেৰুৱা বসন পৰিধান ভুপেন বৰাৰ

কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান নিশ্চিত কৰা প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন বিধায়ক ভূপেন বৰা অৱশেষত উপস্থিত…

ByByMahesh Malakar Feb 22, 2026

বৰাক উপত্যকা এতিয়া অসমৰ বিকাশৰ চাবিকাঠি : হিমন্ত বিশ্ব শৰ্মা

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাছাৰৰ পৰা সমগ্ৰ দেশতে ভাইব্ৰেণ্ট ভিলেজ প্ৰ’গ্ৰাম-২ শুভাৰম্ভ কৰা প্ৰাক-মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…

ByByMahesh Malakar Feb 21, 2026
Scroll to Top