• Home
  • অসম
  • প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান
Image

প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান

প্ৰবীণ সাংবাদিক তথা আছাম ট্ৰিবিউন গোষ্ঠীৰ স্বত্বাধিকাৰী, পৰিচালন সঞ্চালক, সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান।

বিশিষ্ট সাংবাদিকগৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৯৪ বছৰ।

চিকিৎসাধীন অৱস্থাত মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ সাংবাদিকগৰাকীয়ে।

‘দ্য আছাম ট্ৰিবিউন’ কাকতৰ পৰিচালন সঞ্চালক আছিল প্ৰয়াত সাংবাদিকগৰাকী।

প্ৰয়াত সাংবাদিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ অসমৰ সংবাদ জগত।

প্ৰবীণ সাংবাদিক প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যুত শোকপ্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top