কামপুৰত ৰেলৰ খুন্দাত আহত দুদিনীয়া হাতী পোৱালিৰ মৃ*ত্যু
বৃদ্ধি হ’ল কামপুৰত ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতীৰ সংখ্যা ৷
কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত থকা দুই তিনি দিনীয়া পোৱালিটোৰ মৃত্যু।
দুৰ্ঘটনাটো মৃত্যু হোৱা হাতীৰ সংখ্যা বৃদ্ধি পালে আঠটালৈ ।
গুৰুতৰ ভাৱে আহত পোৱালিটোক সংকটজনক অৱস্থাত অনা হৈছিল কাজিৰঙালৈ ৷
চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো মৃত্যু হয় হাতী পোৱালিটোৰ













