• Home
  • অপৰাধনামা
  • জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?
Image

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ গোচৰৰ শুনানি সম্পন্ন হয়। ভিডিঅ’ কনফাৰেন্সযোগে জুবিন গাৰ্গৰ ২য় দিনৰ শুনানি গ্ৰহণ কৰা হয়।

২৫৬/২০২৫ নম্বৰৰ গোচৰ পঞ্জীয়ন কৰা হয় সত্ৰ ন্যায়াধীশ আদালতত। ভাৰ্চুৱেলী আদালতত হাজিৰ হয় সিদ্ধাৰ্থ, শ্যামকানু, শেখৰ, অমৃতপ্ৰভাসহ আটাইজন অভিযুক্ত।

৩ জানুৱাৰীত পৰৱৰ্তী শুনানিৰ তাৰিখ ধাৰ্য কৰিছে আদালতে। ইফালে অভিযুক্ত পক্ষৰ পৰা জামিন আবেদন কৰা নাই কোনো অধিবক্তাই। সকলো পক্ষকে গোচৰটোত জড়িত নথিপত্ৰ প্ৰদানৰ নিৰ্দেশ আদালতৰ। ৩ জানুৱাৰীত সকলো অভিযোগৰ ওপৰত শুনানি হ’ব আদালতত।

Releated Posts

ৰোগীৰ বহিঃৰাজ্যলৈ বহিঃগমন ৰোধ কৰিবলৈ চিকিৎসকৰ আত্মবিশ্বাস আৰু দক্ষ নেতৃত্ব থাকিব লাগিব”

“ৰোগীৰ বহিঃৰাজ্যলৈ বহিঃগমন ৰোধ কৰিবলৈ চিকিৎসকৰ আত্মবিশ্বাস আৰু দক্ষ নেতৃত্ব থাকিব লাগিব” — ডাঃ তন্ময় দাসৰি-ভই, মেঘালয় |…

ByByMahesh Malakar May 15, 2026

আকৌ সাধাৰণ জনতাক জুৰুলা চৰকাৰৰ

আকৌ সাধাৰণ জনতাক জুৰুলা চৰকাৰৰ ৰাজ্যৰ নিৰ্বাচনী বৈৰণী পাৰ হোৱাৰ পিছতেই অসমৰ প্ৰতিটো জিলাত চেঞ্চুৰি কোবালে পেট্ৰ’লৰ মূল্যই…

ByByMahesh Malakar May 15, 2026

শপতগ্ৰহণৰ ২৪ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ ২৪টা বৃহৎ ঘোষণা

শপতগ্ৰহণৰ ২৪ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ ২৪টা বৃহৎ ঘোষণা প্ৰথমখন কেবিনেটৰ ২৪টা সিদ্ধান্ত আপুনি জানেনে? অতি শীঘ্ৰেই ৰাজ্যত…

ByByMahesh Malakar May 14, 2026

শীঘ্ৰেই ৰাজ্যত আহি আছে UCC

শীঘ্ৰেই ৰাজ্যত আহি আছে UCC অসমৰ মুছলমান সমাজত সলনি হ’ব পূৰ্বৰ সকলো নিয়ম বিবাহ কেৱল কুবুল হ্যে বুলি…

ByByMahesh Malakar May 14, 2026
Scroll to Top