• Home
  • অসম
  • কলিয়াবৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

কলিয়াবৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

কলিয়াবৰত নিশা শোকাৱহ পথ দুৰ্ঘটনাত নিহত হৈছে দুই বাইক আৰোহী।

বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত প্ৰাণ হেৰুৱালে দুগৰাকী বাইক আৰোহীয়ে।

উলুৱনি আৰক্ষী থানা এলেকাধীন ভোমোৰাগুৰিত সংঘটিত হৈছে এই কৰুণ ঘটনা। বিপৰীত দিশৰ পৰা অহা দুখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত প্ৰাণ হেৰুৱায় দুই বাইক আৰোহীয়ে।

আন এজন আৰোহীক সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে।

মৃত যুৱক দুজন ক্ৰমে আৰিমৰাৰ সাধন দাস আৰু হাতীয়েখোৱাৰ ৰামু নমো দাস বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্থ বাইক দুখনৰ নম্বৰ ক্ৰমে AS 02 AH 6272 আৰু AS 12 AL 9472.

Releated Posts

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’

জুবিনদাৰ ক্ষেত্ৰত কোনোধৰণৰ কম্প্ৰমাইজ নহ’ব’ জুবিন গাৰ্গক ন্যায় দিব লাগিবই ‘চাহ-তামূল খুৱাই ছিংগাপুৰলৈ পঠিয়াই দিয়া কেইটাক টেঁটুত ধৰি…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ

ৰীল বনাই ভাল পোৱাৰ বাবে চৰকাৰৰ বামফাৰ অফাৰ ৰীল বনাওঁক পুৰস্কাৰ লওক ২ লাখ টকা অসমৰ হকে বিজেপিয়ে…

ByByMahesh Malakar Feb 25, 2026

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী

১০ টা সমষ্টিত ৰাইজৰ দলে চূড়ান্ত কৰিলে প্ৰাৰ্থী শিৱসাগৰ সমষ্টিৰ প্ৰাৰ্থী হব অখিল গগৈ দিছপুৰ সমষ্টিত ৰমেন বৰঠাকুৰ…

ByByMahesh Malakar Feb 24, 2026
Scroll to Top