• Home
  • অসম
  • কলিয়াবৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

কলিয়াবৰত শোকাৱহ পথ দুৰ্ঘটনা, নিহত দুই বাইক আৰোহী

কলিয়াবৰত নিশা শোকাৱহ পথ দুৰ্ঘটনাত নিহত হৈছে দুই বাইক আৰোহী।

বিশ্বকৰ্মা পূজাৰ আনন্দ উল্লাসৰ মাজতে কলিয়াবৰত প্ৰাণ হেৰুৱালে দুগৰাকী বাইক আৰোহীয়ে।

উলুৱনি আৰক্ষী থানা এলেকাধীন ভোমোৰাগুৰিত সংঘটিত হৈছে এই কৰুণ ঘটনা। বিপৰীত দিশৰ পৰা অহা দুখন বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত প্ৰাণ হেৰুৱায় দুই বাইক আৰোহীয়ে।

আন এজন আৰোহীক সংকটজনক অৱস্থাত কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে।

মৃত যুৱক দুজন ক্ৰমে আৰিমৰাৰ সাধন দাস আৰু হাতীয়েখোৱাৰ ৰামু নমো দাস বুলি জানিব পৰা গৈছে।

দুৰ্ঘটনাগ্ৰস্থ বাইক দুখনৰ নম্বৰ ক্ৰমে AS 02 AH 6272 আৰু AS 12 AL 9472.

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top