• Home
  • অসম
  • আজি মুকলি হ’ব ৰাজ্য চৰকাৰৰ প্ৰেৰণা আঁচনি
Image

আজি মুকলি হ’ব ৰাজ্য চৰকাৰৰ প্ৰেৰণা আঁচনি

আজি মুকলি হ’ব ৰাজ্য চৰকাৰৰ প্ৰেৰণা আঁচনি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুকলি হ’ব ‘প্ৰেৰণা’ শীৰ্ষক অভিলাষী আঁচনি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰিব এই আঁচনি। মেট্ৰিকৰ পৰীক্ষাৰ্থীক সামৰি ল’ব এই আঁচনিখনে। ‘প্ৰেৰণা’ৰ অধীনত প্ৰতিমাহে লাভ কৰিব ৩০০ টকাকৈ। ৰাজ্যৰ ৪ লাখ ৪০ হাজাৰ শিক্ষাৰ্থীক সামৰি ল’ব আঁচনিখনে।

৪ মাহৰ বাবে ৰাজ্যত বলবৎ হ’ব এই আঁচনি। আজি কলাক্ষেত্রত মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাবে মুকলি কৰিব এই আঁচনি

মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীয়ে প্ৰতিমাহে পাব ৩০০ টকাকৈ। এই মাহৰ পৰা ফ্ৰেব্ৰুৱাৰীলৈকে পৰীক্ষাৰ্থীসকলে লাভ কৰিব এই ধন।

Releated Posts

ধুনীয়া হোৱাটো যোগ্যতাৰ মাপকাঠি নহয় ; জ্ঞানশ্ৰী বৰা

 আগন্তুক বিধানসভা নিৰ্বাচনত মৰিয়নী সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব ড৹ জ্ঞানশ্ৰী বৰাই । ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীক সমষ্টিটোৰ…

ByByMahesh Malakar Mar 9, 2026

এটা সমষ্টিৰ বাবেই মিত্ৰতা ভংগ ৰাইজৰ দল আৰু কংগ্ৰেছৰ

এটা সমষ্টিৰ বাবে ৰাইজৰ দল-কংগ্ৰেছৰ মিত্ৰতাত লাগিল আউল।ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা ভংগ।এই কথা ঘোষণা কৰিলে অখিল গগৈয়ে।ধিং…

ByByMahesh Malakar Mar 9, 2026

ডিটেনচন কেম্পত থকা ‘বিদেশী’ ঘোষিত মহিলাই CAAৰ অধীনত অসমত পালে ভাৰতীয় নাগৰিকত্ব

যোৱা ৪ মাৰ্চত দীপালী দাস নামৰ এগৰাকী মহিলাই CAA-ৰ অধীনত ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ পাছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি…

ByByMahesh Malakar Mar 7, 2026

হঠাৎ বৃদ্ধি LPG চিলিণ্ডাৰৰ দাম

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ অসমত হঠাৎ বৃদ্ধি LPG চিলিণ্ডাৰৰ দাম পুনৰ সাধাৰণ জনতাৰ মূৰত মাধমাৰ ঘৰুৱা চিলিণ্ডাৰত বৃদ্ধি ৬০…

ByByMahesh Malakar Mar 7, 2026
Scroll to Top