• Home
  • অসম
  • ভূপেন হাজৰিকা বিহীন আজি ১৪টা বছৰ
Image

ভূপেন হাজৰিকা বিহীন আজি ১৪টা বছৰ

ভূপেন হাজৰিকা বিহীন আজি ১৪টা বছৰ।

আজি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ তুৰ্দশ মৃত্যুবাৰ্ষিকী

মৃত্যু তিথিত সুধাকণ্ঠগৰাকীলৈ একাজলি শ্ৰদ্ধাঞ্জলি

জালুকবাৰী সমন্বয় ক্ষেত্ৰত সুধাকন্ঠ ড° ভূপেন হাজৰিকাক স্মৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।


ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে

ভূপেনহাজৰিকাৰ কালজয়ী গীত ধ্বনিত মুখৰিত ৰাজ্যৰ চৌদিশ

প্ৰতিছবিত প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে সুৱৰিইছে অসমবাসীয়ে

Releated Posts

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে

যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে ‘ৰামৰ নামত…

ByByMahesh Malakar Jun 27, 2026

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত কৰা হ’ব গৱেষণা বিশেষ টীমটোত থাকিব কলেজ, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী জুবিন গাৰ্গৰ ওপৰত গৱেষণা…

ByByMahesh Malakar Jun 26, 2026

গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য

১৩ বছৰীয়া কিশোৰৰ সফল কাৰ্ডিয়াক ষ্টেণ্টিং; গুৱাহাটীৰ নাৰায়ণা চুপাৰ স্পেচিয়েলিটি হাস্পতালত চিকিৎসা বিজ্ঞানৰ অনবদ্য সাফল্য​চিকিৎসা বিজ্ঞানৰ এক উল্লেখনীয়…

ByByMahesh Malakar Jun 26, 2026

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায়

অম্বুবাচী মেলাত কৰ্তব্যত নিয়োজিত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ মন্ত্ৰী কৌশিক ৰায় কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন ২ বিষয়াক এজন আৰক্ষী…

ByByMahesh Malakar Jun 25, 2026
Scroll to Top