• Home
  • অসম
  • আজি বছৰৰ অন্তিমটো দেওবাৰ
Image

আজি বছৰৰ অন্তিমটো দেওবাৰ

আজি বছৰৰ অন্তিমটো দেওবাৰ

পুৰণিক বিদায় দি নতুনক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। এই অন্তিমটো দেওবাৰত বনভোজস্থলীসমূহত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে।

কোনোৱে যদি আপোনজনৰ লগত আহিছে আন কোনোৱে আকৌ বছৰৰ অন্তিমটো দেওবাৰে পৰিয়ালৰ লগত অতিবাহিত কৰিছে।

মুঠতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া কেৱল বনভোজৰ আয়োজন

Releated Posts

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ,…

ByByMahesh Malakar Mar 17, 2026

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি নিয়ম উলংঘা কৰিলেই…

ByByMahesh Malakar Mar 16, 2026
Scroll to Top