• Home
  • অসম
  • আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা, সমগ্ৰ দেশৰ লগতে বৃহত্তৰ কোকিলা অঞ্চলতো পালন বিশ্বকৰ্মা পূজা
Image

আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা, সমগ্ৰ দেশৰ লগতে বৃহত্তৰ কোকিলা অঞ্চলতো পালন বিশ্বকৰ্মা পূজা

আজি বিশ্ব খনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজা। সমগ্ৰ দেশৰ লগতে বৃহত্তৰ কোকিলা অঞ্চলতো পালন কৰা হয় বিশ্বকৰ্মা পূজা।

বিশ্বকৰ্মা পূজা উপলক্ষে সকলোৱে নিজৰ গাড়ী, কল-কাৰখানা তথা বিভিন্ন সামগ্ৰীক পূজা কৰে।

পবিত্ৰ বিশ্বকৰ্মা পূজাৰ লগত সংগতি ৰাখি আজি কীৰ্ত্তনপাৰা মণ্ডল গেছ এজেন্সীয়ে নতুনকৈ গুদামগৃহৰ শুভাৰম্ভ কৰে।

মণ্ডল গেছ এজেন্সী অহাত খৰিৰ সলনি গেছেৰে ৰন্ধা বঢ়া কৰে বৃহত্তৰ কোকিলা অঞ্চলৰ গ্ৰামাঞ্চলৰ মহিলাসকলে। এজেন্সীত বৰ্তমান ২০হাজাৰো অধিক গ্ৰাহক আছে যদিও ইয়াৰে ১৪ হাজাৰো অধিক দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক আছে।

Releated Posts

এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি…

ByByMahesh Malakar May 19, 2026

মছজিদৰ আজানৰ দৰে শংখ- ঘণ্টাৰ শব্দৰ পৰাও অসুবিধা হয়

মুছলমানে আজান দিলে যেনেকৈ অসুবিধা হয় তেনেকৈয়ে যিকোনো সময়ত ঘণ্টা শংখ বজালে পঢ়া শুনাত অসুবিধা হয় মছজিদৰ আজানৰ…

ByByMahesh Malakar May 19, 2026

মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অস্বাভাৱিক মূল্যবৃদ্ধি কৰিলেই বিপদ নিশ্চিত ব্যৱসায় ৬ টাকৈ কঠোৰ নিৰ্দেশনা বান্ধি…

ByByMahesh Malakar May 19, 2026

আজি অন্তিমখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে

আজি অন্তিমখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ বিশেষ চৰ্চা ২০২৬ বৰ্ষৰ এখনো মেচত…

ByByMahesh Malakar May 18, 2026
Scroll to Top