• Home
  • অসম
  • আজি বিজেপিত যোগদান কৰিলে তিনি কংগ্ৰেছী বিধায়কে
Image

আজি বিজেপিত যোগদান কৰিলে তিনি কংগ্ৰেছী বিধায়কে

  • আজি গুৱাহাটীস্থিত বাজপেয়ী ভৱনত আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে তিনি বিধায়কে। গেৰুৱা বসন পিন্ধিলে কমলাক্ষ দে পুৰকায়স্থ, শশীকান্ত দাস আৰু বসন্ত দাসে। কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা উত্তৰা কলিতাৰ পুত্ৰ পর্শ বব কলিতা। কমলপুৰৰ TMCৰ প্রার্থিত্ব প্ৰত্যাশী কংকন নাথেও আজি যোগদান কৰে বিজেপিত।বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, বিধায়ক মানৱ ডেকাৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত বিজেপিত যোগদান কৰে তিনি বিধায়কে।

Releated Posts

কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ছাত্ৰ নেতালৈ কৰিলে ভোটদান

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হৈছে বিধানসভাৰ নিৰ্বাচন। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ ৰাজ্যৰ ভিন্নপ্ৰান্তত হাইপ্ৰফাইল…

ByByMahesh Malakar Apr 9, 2026

কাইলৈ ঘোষণা হ’ব HSLC পৰীক্ষাৰ ফলাফল

HSLCৰ ফলাফলক ঘোষণাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।কাইলৈ HSLCৰ ফলাফল ঘোষণাৰ সম্ভাৱনা।শিক্ষামন্ত্ৰীগৰাকীয়ে জনাই যে HSLC…

ByByMahesh Malakar Apr 9, 2026

৫ বজাৰ লগে লগে অসমত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া

পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক…

ByByMahesh Malakar Apr 9, 2026

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…

ByByMahesh Malakar Apr 9, 2026
Scroll to Top