• Home
  • অপৰাধনামা
  • এইবাৰ APDCLৰ ২১৫ কোটিৰ ঘাটি মিলাবলৈ বৃদ্ধি কৰা হৈছে বিদ্যুৎৰ মাচুল
Image

এইবাৰ APDCLৰ ২১৫ কোটিৰ ঘাটি মিলাবলৈ বৃদ্ধি কৰা হৈছে বিদ্যুৎৰ মাচুল

সাধাৰণ জনতাক জুৰুলা কৰিব ওলাইছে এইখন চৰকাৰে

এইবাৰ APDCLৰ ২১৫ কোটিৰ ঘাটি মিলাবলৈ বৃদ্ধি কৰা হৈছে বিদ্যুৎৰ মাচুল

প্ৰতি ইউনিটত ১৬ পইচাৰ পৰা সৰ্বাধিক ২৮ পইচালৈ বৃদ্ধি

জুন মাহৰ পৰা ২০২৭ৰ মাৰ্চলৈকে বৃদ্ধি পায়ে থাকিব বিদ্যুৎৰ মাচুল

মাচুল বৃদ্ধিত ইতিমধ্যে অনুমোদন দিছে বিদ্যুৎ নিয়ামক আয়োগে

জাননী জাৰি নকৰাকৈ APDCL ৰ বৃহৎ সিদ্ধান্ত

Releated Posts

স্কুলীয়া শিক্ষাৰ্থীলৈ সকাহ চৰকাৰৰ

স্কুলীয়া শিক্ষাৰ্থীলৈ সকাহ চৰকাৰৰ ছাত্ৰ-ছাত্ৰীৰ পিঠিত আৰু নাথাকিব অতিৰিক্ত কিতাপৰ বোজা স্কুললৈ নিব নালাগে অতিৰিক্ত কিতাপ-পত্ৰ ছাত্ৰ ছাত্ৰীৰ…

ByByMahesh Malakar Jun 12, 2026

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃ*তদে*হ

গুৱাহাটীৰ ভাৰাঘৰত পুনৰ উদ্ধাৰ যুৱতীৰ মৃতদেহ মৃত্যু হোৱা যুৱতীগৰাকী ওদালগুৰিৰ সুস্মিতা বসুমতাৰী বুলি জানিব পৰা গৈছে গুৱাহাটীৰ এটা…

ByByMahesh Malakar Jun 11, 2026

বাংলাদেশী প্ৰেমিকাই হ*ত্যা কৰিলে অসমৰ যুৱকক

বাংলাদেশী প্ৰেমিকাই হত্যা কৰিলে অসমৰ যুৱকক চেন্নাইত নৃশংসভাৱে হ*ত্যা অসমৰ যুৱকক কাটি টুকুৰা টুকুৰা কৰি বেগত ভৰাই পেলাই…

ByByMahesh Malakar Jun 10, 2026

‘জামিন লৈ পলোৱাৰ ধান্দাত আছে সিদ্ধাৰ্থ, শ্যামকানু’

‘জামিন লৈ পলোৱাৰ ধান্দাত আছে সিদ্ধাৰ্থ, শ্যামকানু’ ‘সিদ্ধাৰ্থ, শ্যামকানুসহ এই ৪টা শেষ’ আদালতে চাৰ্জ ফ্ৰেম লগোৱাৰ পাছত এইকেইটাই…

ByByMahesh Malakar Jun 9, 2026
Scroll to Top