• Home
  • অসম
  • মছজিদৰ আজানৰ দৰে শংখ- ঘণ্টাৰ শব্দৰ পৰাও অসুবিধা হয়
Image

মছজিদৰ আজানৰ দৰে শংখ- ঘণ্টাৰ শব্দৰ পৰাও অসুবিধা হয়

মুছলমানে আজান দিলে যেনেকৈ অসুবিধা হয় তেনেকৈয়ে

যিকোনো সময়ত ঘণ্টা শংখ বজালে পঢ়া শুনাত অসুবিধা হয়

মছজিদৰ আজানৰ দৰে শংখ- ঘণ্টাৰ শব্দৰ পৰাও অসুবিধা হয়

লাউডস্পীকাৰত আজান দিলে অসুবিধা হয়

পুৱতি নিশাৰ আজানত আছে সজাগতা

সমাজত থাকিবলৈ হ’লে এটা ধৰ্মই আন এটা ধৰ্মক সন্মান কৰিবই লাগিব

ৰাস্তাই ঘাটে নামাজ পঢ়িব নালাগে

বিজেপি বিধায়ক পৰমানন্দ ৰাজবংশীৰ বৃহৎ মন্তব্য

Releated Posts

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতেই নৱনিৰ্মিত চান্দমাৰী উৰণ সেঁতুত ভয়ংকৰ ঘটনা চান্দমাৰী উৰণ সেতু ইমানেই…

ByByMahesh Malakar Jun 13, 2026

ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বায়ুসেনাৰ বিমান

হঠাৎ প্ৰচণ্ড শব্দৰে বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমান ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বায়ুসেনাৰ বিমান 43 স্কোৱাড্ৰণৰ বিমানখন দুৰ্ঘটনাত প্ৰাণ…

ByByMahesh Malakar Jun 13, 2026

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026
Scroll to Top