• Home
  • অসম
  • শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা
Image

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা

ONGCৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ নিৰ্গত গেছ

যিকোনো মূহুৰ্তত সংঘটিত হ’ব পাৰে ভয়ংকৰ অঘটন

ONGCৰ গাফিলতিৰ বাবেই এই ভয়ংকৰ ঘটনা হোৱা বুলি ৰাইজৰ দাবী

অহৰণ গেছ নিৰ্গত হৈ থকাৰ বাবে হাহাকাৰ কৃষকৰ মাজত

যিকোনো মূহুৰ্তত বাঘজানৰ দৰে ভয়ংকৰ ঘটনা হোৱাৰ আশংকা

Releated Posts

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচী

গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচীকংগ্ৰেছ, বিজেপি, APHLC দলৰ নেতা-কৰ্মীৰ যোগদানকাৰ্বি আংলং জিলাৰ ২১জনকৈ নেতাই যোগদান কৰেমুখ্য কাৰ্যালয়ত…

ByByMahesh Malakar Jul 4, 2026

দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা

দেশ জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা ৰাজপথত মৃত্যুৰ কিৰিলি এই পৰ্যন্ত ৮জনৰ মৃত্যুৰ খবৰ আহত হৈছে ২২ গৰাকীকৈলোক…

ByByMahesh Malakar Jul 1, 2026

চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ

চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…

ByByMahesh Malakar Jun 30, 2026

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম

যিকোনো মূহুৰ্তত ভয়াৱহ বানে বুৰাব পাৰে উত্তৰ অসম ইতিমধ্যে ভয়াৱহ হৈ পৰিছে পৰিস্থিতি বানত বুৰ গৈছে কেইবাটাও অঞ্চল…

ByByMahesh Malakar Jun 29, 2026
Scroll to Top