• Home
  • অসম
  • উত্তৰ গুৱাহাটীৰ ঘোৰামাৰা কদমতলত ভয়ংকৰ ঘটনা
Image

উত্তৰ গুৱাহাটীৰ ঘোৰামাৰা কদমতলত ভয়ংকৰ ঘটনা

উত্তৰ গুৱাহাটীৰ ঘোৰামাৰা কদমতলত ভয়ংকৰ কাণ্ড। জন্মাষ্টমীৰ নিশা নিজ ঘৰৰ সন্মুখত দুৰ্বৃত্তই জ্বলাই দিলে বিলাসী ইন’ভা বাহন।

উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিক্ষাবিদ, শিল্পী চন্দ্ৰ কান্ত দাসৰ ঘৰৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। শিল্পীগৰাকীৰ চকুৰ সন্মুখতে দপ দপকৈ জ্বলি ভস্মীভূত হ’ল পুত্ৰৰ বিলাসী বাহন খন।

অগ্নি নিৰ্বাপনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও বাহনখন ইতিমধ্যে সম্পূৰ্ণৰূপে ভস্মীভূত হয়। উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাৰৰ তলতে সংঘটিত হৈছিল এই ঘটনা।

সৌভাগ্য ক্ৰমে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে এটা বৃহৎ অঞ্চল। ঘটনা সম্পৰ্কে উত্তৰ গুৱাহাটী আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে।

Releated Posts

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ

NDA ত্যাগ কৰি নিজাববীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা UPPLৰ প্ৰথমখন তালিকাত ঘোষণা হ’ল ৭জনৰ নাম ১নং গোসাঁইগাঁৱত অনিন্দ বসুমতাৰীক…

ByByMahesh Malakar Mar 17, 2026

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা

ঘোষণা হ’ল অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা ৮টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিলে অসম জাতীয় পৰিষদৰ সভাপতি…

ByByMahesh Malakar Mar 17, 2026

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া

সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত চৰকাৰে অনুমোদন জনোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণ সমিতিৰ বিষয়ববীয়া। প্ৰাঞ্জল শইকীয়া, বিৰেণ সিংহ, সুদৰ্শন ঠাকুৰ,…

ByByMahesh Malakar Mar 17, 2026

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা

আজিৰে পৰা নাথাকিব মন্ত্ৰী বিধায়কৰ কোনো ক্ষমতা অসমত আজিৰে পৰা বলৱৎ হ’ব নিৰ্বাচনী আচৰণ বিধি নিয়ম উলংঘা কৰিলেই…

ByByMahesh Malakar Mar 16, 2026
Scroll to Top