• Home
  • অসম
  • উত্তৰ গুৱাহাটীৰ ঘোৰামাৰা কদমতলত ভয়ংকৰ ঘটনা
Image

উত্তৰ গুৱাহাটীৰ ঘোৰামাৰা কদমতলত ভয়ংকৰ ঘটনা

উত্তৰ গুৱাহাটীৰ ঘোৰামাৰা কদমতলত ভয়ংকৰ কাণ্ড। জন্মাষ্টমীৰ নিশা নিজ ঘৰৰ সন্মুখত দুৰ্বৃত্তই জ্বলাই দিলে বিলাসী ইন’ভা বাহন।

উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিক্ষাবিদ, শিল্পী চন্দ্ৰ কান্ত দাসৰ ঘৰৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা। শিল্পীগৰাকীৰ চকুৰ সন্মুখতে দপ দপকৈ জ্বলি ভস্মীভূত হ’ল পুত্ৰৰ বিলাসী বাহন খন।

অগ্নি নিৰ্বাপনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও বাহনখন ইতিমধ্যে সম্পূৰ্ণৰূপে ভস্মীভূত হয়। উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাৰৰ তলতে সংঘটিত হৈছিল এই ঘটনা।

সৌভাগ্য ক্ৰমে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে এটা বৃহৎ অঞ্চল। ঘটনা সম্পৰ্কে উত্তৰ গুৱাহাটী আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে।

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিল আৰয়ান জিচান আহমেদ

বিশ্ব দৰবাৰত সোণ হৈ জিলিকিলআৰয়ান জিচান আহমেদ ৰঙিয়াৰ আৰয়ান জিচানৰ সফলতা ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা মিৰাজুল ইছলাম…

ByByMahesh MalakarDec 22, 2025
Scroll to Top