ৰাম মন্দিৰৰ কৰ্মচাৰীৰ নামি পৰিছে চুৰিত
২০০কোটিৰ অনুদান বহু কৰ্মচাৰীয়ে চুৰি কৰাৰ সন্দেহ
৫বছৰত কোটিপতি হ’ল ৰাম মন্দিৰৰ বহু কৰ্মচাৰী
গোবৰৰ দ’মত লুকুৱাই ৰাখিছিল ধন
২০০ কোটি টকাৰ লুণ্ঠন কৰা ভয়ংকৰ অভিযোগ
দানপাত্ৰৰ পৰা ২০০ কোটি টকাৰ চুৰ কৰি CCTV ফুটেজ নাইকিয়া কৰাৰ ভয়ংকৰ অভিযোগ
অযোধ্যাৰ ৰাম মন্দিৰত কৰ্মৰত ৫০ গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ
অভিযোগৰ পিছতেই তদন্তৰ বাবে গঠন SITৰ দ’ল
ইতিমধ্যে ২ কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে
উদ্ধাৰ কৰা হৈছে লাখ লাখ টকা।
















