• Home
  • অসম
  • ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত
Image

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী

এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব গৰু ম’হ

গৰুৰ পৰিবৰ্তে ছাগলী আৰু ভেড়াহে দিব পাৰিব কোৰবাণী

ধুবুৰীত আগন্তুক ঈদ-উল-আজহাক কেন্দ্ৰ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত হোৱা বৈঠকত এই সিদ্ধান্ত

মাৰ্কাজ কমিটি আৰু ঈদগাহ কমিটিয়ে বৈঠকত ল’লে বৃহৎ সিদ্ধান্ত

গো সুৰক্ষাৰ অধীনত ৫ টা নীতি নিয়ম মানি এই সিদ্ধান্ত

Releated Posts

‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’

‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’ ‘এই চৰকাৰ থাকিলে ৰাজ্যত প্ৰয়োজন নাই ডকাইতৰ’ ‘কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ…

ByByMahesh Malakar May 22, 2026

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন

ছিংগাপুৰত আৰক্ষীয়ে দাখিল কৰিলে জুবিন গাৰ্গৰ মৃ*ত্যুৰ মৰণোত্তৰ প্ৰতিবেদন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিলৰ পাছতে ছিংগাপুৰত চাঞ্চল্য য়টৰ কেপ্তেইনৰ…

ByByMahesh Malakar May 21, 2026

আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন

আজিৰেপৰা আৰম্ভ হ’ল ষষ্ঠদশ অসম বিধানসভাৰ অধিৱেশন আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অধিৱেশন আজি শপত বাক্য পাঠ…

ByByMahesh Malakar May 21, 2026

আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী

আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী জৰুৰীকালীন সময়তো ৰোগীয়ে নাপাব ঔষধ সমগ্ৰ দেশৰ লগতে অসমতো আজি বন্ধ থাকিব…

ByByMahesh Malakar May 20, 2026
Scroll to Top