• Home
  • ৰাজনৈতিক
  • ৫ বজাৰ লগে লগে অসমত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া
Image

৫ বজাৰ লগে লগে অসমত অন্ত পৰিল ভোটগ্ৰহণ প্ৰক্ৰিয়া

পুৱা ৭ বজাৰ পৰা চলিছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। প্ৰতিটো ভোটকেন্দ্ৰত পুৱাৰে পৰা দেখা গৈছে ভোটাৰৰ দীঘলীয়া শাৰী। নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ভোটাৰ ৰাইজ।

ইয়াৰ মাজতে ৰাজ্যৰ কেইবাটাও ভোটকেন্দ্ৰত পুৱাই ইভিএম বিকল হয়। যাৰ ফলত ভোটগ্ৰহণ প্ৰক্ৰিয়াত কিছু বিলম্ব হয়। পুৱাই ভোটদান কৰিবলৈ ওলাই আহিল নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলো। সন্ধিয়া ৫ বজালৈ অব্যাহত থাকিব ভোটগ্ৰহণ প্ৰক্ৰিয়া।উল্লেখযোগ্য যে ১২৬টা সমষ্টিত ৭২২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৰাজ্যৰ ২ কোটি ৪৯ লাখ ৫৮ হাজাৰ ১৩৯গৰাকী ভোটাৰে। ১ কোটি ২৪ লাখ ৮২ হাজাৰ ২১৩গৰাকী পুৰুষ ভোটাৰ আৰু ১ কোটি ২৪ লাখ ৭৫হাজাৰ ৫৮৩গৰাকী মহিলা ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ। লগতে আছে ৩৪৩ গৰাকী তৃতীয় লিংগ ভোটাৰ।

Releated Posts

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ বিধানসভা নিৰ্বাচনত মমতাৰ বিপৰ্যয়ৰ পিছতেই ইতিহাস হ’ব পাৰে তৃণমূল কংগ্ৰেছ কংগ্ৰেছলৈ…

ByByMahesh Malakar Jun 11, 2026

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ

মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ বিজেপি চৰকাৰ চৰকাৰ গঠন কৰিয়ে বিফল হৈছে হিমন্ত বিশ্ব শৰ্মা ক্ষমতা আছে…

ByByMahesh Malakar Jun 10, 2026

একে দিনাই TMC এৰিলে দুই সাংসদে

তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱে পদত্যাগ কৰা কেইটামান মূহুৰ্তৰ পিছতেই তৃণমূল কংগ্ৰেছৰ আন এগৰাকী সাংসদ ত্যাগ সায়নি ঘোষৰ…

ByByMahesh Malakar Jun 10, 2026

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ পূৰ্বে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ…

ByByMahesh Malakar Jun 8, 2026
Scroll to Top