• Home
  • অসম
  • আৰ্যনগৰত এজন অসমীয়াৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক বহিৰাগতই প্ৰহাৰ কৰা ঘটনাই জোঁকাৰি গৈছে ৰাজ্য
Image

আৰ্যনগৰত এজন অসমীয়াৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক বহিৰাগতই প্ৰহাৰ কৰা ঘটনাই জোঁকাৰি গৈছে ৰাজ্য

গুৱাহাটী মহানগীৰৰ মাজমজিয়াত ভয়ংকৰ ঘটনা

আৰ্যনগৰত এজন অসমীয়াৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক বহিৰাগতই প্ৰহাৰ কৰা ঘটনাই জোঁকাৰি গৈছে ৰাজ্য

‘বহিৰাগতই অসমীয়া গ’ বেক দিলে সহ্য কৰা নহ’ব’

‘অসমীয়াই হাতত খাৰু পিন্ধি বহি থকা নাই

অসমীয়াক প্ৰহাৰ কৰা বহিৰাগতক যদি গ্ৰেপ্তাৰ নকৰে পৰিণাম হ’ব ভয়ংকৰ’

আৰ্য নগৰৰ ঘটনাৰ পিছতেই জাগি উঠিছে বিভিন্ন দল সংগঠন

বিহাৰী গ’ বেক ধ্বনিৰে অসমীয়া যুৱ মঞ্চৰ বিশাল প্ৰতিবাদ

Releated Posts

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতেই নৱনিৰ্মিত চান্দমাৰী উৰণ সেঁতুত ভয়ংকৰ ঘটনা চান্দমাৰী উৰণ সেতু ইমানেই…

ByByMahesh Malakar Jun 13, 2026

ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বায়ুসেনাৰ বিমান

হঠাৎ প্ৰচণ্ড শব্দৰে বিস্ফোৰণ বায়ুসেনাৰ AN-32 বিমান ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে বায়ুসেনাৰ বিমান 43 স্কোৱাড্ৰণৰ বিমানখন দুৰ্ঘটনাত প্ৰাণ…

ByByMahesh Malakar Jun 13, 2026

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম

সলনি হ’ল কামাখ্যা মন্দিৰ দৰ্শনৰ নিয়ম বন্ধ হ’ব কামাখ্যা দৰ্শনৰ অফলাইন টিকট বুকিং কেৱল অনলাইনযোগে এতিয়াৰে পৰা বুকিং…

ByByMahesh Malakar Jun 12, 2026

স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু

মহানগৰীৰ কালিপুৰত ভয়ংকৰ অঘটন স্কুটীত প্ৰকাণ্ড গছ উভালি পৰি ছাত্ৰীৰ মৃ*ত্যু পৰিস্মিতা হাজৰিকাৰ মৃত্যুৰ দায়িত্ব কোনে ল’ব বাৰে…

ByByMahesh Malakar Jun 12, 2026
Scroll to Top