ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। লংকাৰ লস্কৰ পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ।
উত্তৰ লস্কৰপথাৰৰ নালু গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যুপুৱা হাতীৰ জাকৰ পৰা বিছিন্ন হৈ পৰে এটা বনৰীয়া হাতীতাৰ পাছতে হাতীটোৱে আক্ৰমণ কৰে লোকজনক ।মৃত লোকজনৰ নাম ছাইদুল হক বুলি জানিব পৰা গৈছে ।বুধবাৰেও লংকাৰ নখুটীত আজিবুৰ ৰহমান নামৰ এজন লোকৰ বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছিল।

হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ পৰিণতি
Tags:
Releated Posts
পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে
যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…
ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ
ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…
আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান
বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। আজি বিয়লি ৫ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ…













