• Home
  • দেশ
  • ইণ্ডিগ’ বিমানক লৈ কঠোৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
Image

ইণ্ডিগ’ বিমানক লৈ কঠোৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ইণ্ডিগ’ বিমানক লৈ কঠোৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

দেওবাৰে নিশা ৮ বজাৰ ভিতৰত বাতিল কৰা সকলো বিমানৰ টিকটৰ মূল্য ঘূৰাই দিব লাগিব ইণ্ডিগ’ই। ইপিনে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ব্যক্তিগত বিমান সংস্থাটোক দিছে এই কঠোৰ নিৰ্দেশনা।

শুক্ৰবাৰে লাভ কৰা তথ্যৰ ভিত্তিত ১০০০ৰ ত কৈও অধিক বিমান বাতিল কৰা হৈছিল। হাজাৰ হাজাৰ বিমানযাত্ৰীৰ মাজত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ইপিনে বিমানবন্দৰসমূহতো বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে যে দেওবাৰে নিশা ৮ বজাৰ ভিতৰত টিকটৰ মূল্য ঘূৰাই দিব লাগিব ইণ্ডিগ’ই। যদি নিদিয়ে তেন্তে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। ইপিনে শেষ মুহূৰ্তত বিমান বাতিলৰ বাবে যিসকল যাত্ৰীৰ লাগেজ পৃথক কৰা হৈছিল তেওঁলোকৰ লাগেজ ৪৮ ঘণ্টাৰ ভিতৰত ঘূৰাই দিবলৈ ইণ্ডিগ’ক নিৰ্দেশ দিয়ে।

Releated Posts

দিল্লীত পুনৰ মণিপুৰৰ যুৱতীক আক্ৰমণ

মালব্য নগৰৰ ঘটনাৰ পিছত এইবাৰ ছাকেট অঞ্চলত মণিপুৰৰ যুৱতীক আক্ৰমণ ।কিছুদিন পূৰ্বে নতুন দিল্লীৰ মালব্য নগৰত বৰ্ণ বৈষম্যৰ…

ByByMahesh Malakar Mar 9, 2026

টি-২০ বিশ্বকাপ ২০২৬: কাইলৈ মেগা ফাইনেলত মুখামুখি হ’ব ভাৰত-নিউজিলেণ্ড; ইতিহাস গঢ়াৰ দিশে টিম ইণ্ডিয়া

ক্ৰীড়াপ্ৰেমীৰ বাবে প্রতীক্ষাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। কাইলৈ অৰ্থাৎ ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত…

ByByMahesh Malakar Mar 7, 2026

কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল,

বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল আৰু উপ ৰাজ্যপালৰ সাল-সলনি কৰে ।…

ByByMahesh Malakar Mar 6, 2026
Scroll to Top