• Home
  • অসম
  • মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ স্বীকৃতি  অসম ৰাজ্যিক কেবিনেটৰ 
Image

মিচিং ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ স্বীকৃতি  অসম ৰাজ্যিক কেবিনেটৰ 

আলি-আয়ে-লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণা।

অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটে মিচিং জনগোষ্ঠীৰ আলি-আয়ে-লৃগাং কৃষিভিত্তিক উৎসৱৰ দিনটোক ৰাজ্যিক বন্ধ হিচাপে স্বীকৃতি প্ৰদান কৰিলে ।

সুদীৰ্ঘ প্ৰায় ৪৫ বছৰৰ অপেক্ষাৰ অন্তত ১০ মাৰ্চ, ২০২৬ তাৰিখে মিচিং জনগোষ্ঠীৰ প্ৰাণৰ উৎসৱ আলি-আয়ে-লৃগাঙৰ ৰাজ্যিক বন্ধ দাবীৰ সফল ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে ।

এই ঐতিহাসিক সিদ্ধান্ত মিচিং সম্প্ৰদায়ৰ বাবে এক গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত ।

এতিয়াৰে পৰা সমগ্ৰ অসমতে থাকিব চৰকাৰী বন্ধ।

কৃষিভিত্তিক উৎসৱ আলি আয়ে লিগাঙে পালে ৰাজ্যিক মৰ্যাদা।

Releated Posts

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন

আজি জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়াৰ গুৰুত্বপূৰ্ণ দিন অভিযুক্তই গোচৰটোৰ পৰা অব্যাহতি বিচাৰি কৰা আবেদনৰ দিব ৰায় ন্যায়াধীশ…

ByByMahesh Malakar May 26, 2026

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ধুমুহা…

ByByMahesh Malakar May 23, 2026

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক মূল্যবৃদ্ধিক লৈ এফালে প্ৰতিবাদ আৰু আনফালে আকৌ বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য দেশত পুনৰ…

ByByMahesh Malakar May 23, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক নিশা বাসগৃহ চাৰিওফালে আৰক্ষী ঘেৰাও কৰি কৰায়ত্ত কৰে…

ByByMahesh Malakar May 23, 2026
Scroll to Top