• Home
  • অসম
  • ২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে
Image

২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে

২০২৫-২৬ বৰ্ষৰ বাবে সাহিত্য বঁটা আৰু সাহিত্য পেঞ্চন ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। এইবেলি মুঠ ১৮ গৰাকী সাহিত্যিকক সাহিত্য বঁটা প্ৰদান কৰাৰ লগতে ১০ গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। শুকুৰবাৰে এই কথা ঘোষণা কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে।

শিক্ষামন্ত্রী গৰাকীয়ে লগতে অসমীয়া সাহিত্য জগতলৈ অৰিহণা যোগোৱা এই সাহিত্যিক আৰু পেঞ্চনাৰ সকলক শুভেচ্ছা জ্ঞপান কৰে। ২০২৫-২৬ বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা সকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ড° সূর্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অর্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুৱৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকী সাহিত্যিক আছে।

উল্লেখ্য যে, এই বঁটা লাভ কৰাৰ বাবে অসম চৰকাৰৰ জনসংযোগ বিভাগৰ প্ৰাক্তন বিষয়া তথা সুলেখক গুৰমাইল সিঙক অভিনন্দন জ্ঞাপন কৰে নগাঁওবাসীয়ে।

Releated Posts

কাইলৈ গৰু বিহু

কাইলৈ গৰু বিহু বিভিন্ন প্ৰান্তৰ বজাৰত উভৈনদী দীঘলতি-মাখিয়তি গৰুক নোৱাই-ধুৱাই ন-পঘাৰে বান্ধি পৰম্পৰা ৰক্ষাৰ বাবে চহা অসমীয়াৰ মাজত…

ByByMahesh Malakar Apr 13, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কুংকিৰ মাতৃৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃ সুজাতা…

ByByMahesh Malakar Apr 13, 2026

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ

নিশা স্বামীহাৰা মহিলাক ফোন কৰি অৰুণোদয়, উদ্যমিতা কৰ্তনৰ ভাবুকি বিজেপি নেতাৰ বিজেপি কাৰ্যালয়ৰ পৰা ফোন কৰা বুলি উল্লেখ…

ByByMahesh Malakar Apr 12, 2026

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ

জাগীৰোডত ভয়ংকৰ দুৰ্ঘটনাত পতিত যাত্ৰীভৰ্তি ট্ৰেভেলাৰ গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী ট্ৰেভেলাৰৰ সৈতে ভুল দিশেৰে অহা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ…

ByByMahesh Malakar Apr 12, 2026
Scroll to Top