• Home
  • অসম
  • কাইলে বিশ্বনাথ জিলাত উপস্থিত হব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
Image

কাইলে বিশ্বনাথ জিলাত উপস্থিত হব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

কাইলে বিহালীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা ।বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীসকলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী গৰাকীয়ে।তিমধ্যে বিহালীৰ কুলাগুৰি পথাৰত এই প্ৰচাৰ সভাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এই বিশাল জন সভাত প্ৰায় ডেৰ লক্ষ্যাধিক জনসাধৰণক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।

ইফালে, প্ৰধানমন্ত্ৰীৰ আগমনক লৈ যথেষ্ট আশাবাদী বিজেপি নেতা কৰ্মী সকল ৷ আনহাতে, প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ব্যবস্থা কৰি তোলা হৈছে বিশ্বনাথ জিলাত৷

Scroll to Top