• Home
  • অসম
  • কাইলৈ মুকলি হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ
Image

কাইলৈ মুকলি হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ

কাইলৈ মুকলি হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ

পুৱাই শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ।

১১৬ বিঘা মাটিত ১০০ কোটি টকা ব্যয়ৰে ৰাজ্য চৰকাৰে নিৰ্মাণ কৰিছে শ্বহীদ স্মাৰক ক্ষেত্ৰ।

৮৬০ গৰাকী ছহিদৰ স্মৃতিৰে নিৰ্মাণ কৰা হৈছে মহানগৰীৰ বৰাগাঁৱত স্মৃতিসৌধ।

স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই কয়-

কাইলৈ দিনটো অসমৰ জাতীয় জীৱনৰ বাবে এক স্মৰণীয় দিন’

‘উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক গীতটি পৰিবেশন কৰিব’

‘শ্বহীদক লৈ অসম চৰকাৰে প্ৰথমবাৰৰ বাবে কিবা এটা কৰিছে’

‘এতিয়াও বহু শ্বহীদৰ ফটো পোৱা নাই বাবে প্ৰতিমূৰ্ত্তি স্থাপন কৰিব পৰা নাই’

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিয়লি ৪ বজাত প্ৰজ্বলন কৰিব অক্ষয় বন্তি।

Releated Posts

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে

ৰাজ্যবাসীক উৎকট গৰমে দহি থকাৰ সময়তে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড ধুমুহা বৰষুণ সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীতো ধুমুহা…

ByByMahesh Malakar May 23, 2026

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক মূল্যবৃদ্ধিক লৈ এফালে প্ৰতিবাদ আৰু আনফালে আকৌ বৃদ্ধি পেট্ৰল ডিজেলৰ মূল্য দেশত পুনৰ…

ByByMahesh Malakar May 23, 2026

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি দি আৰক্ষীৰ জালত প্ৰাক্তন বিধায়ক নিশা বাসগৃহ চাৰিওফালে আৰক্ষী ঘেৰাও কৰি কৰায়ত্ত কৰে…

ByByMahesh Malakar May 23, 2026

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত

ঈদৰ প্ৰাকমুহূৰ্তত কোৰবাণীক লৈ বৃহৎ সিদ্ধান্ত ধুবুৰী জিলাত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কোৰবাণী এইবাৰ ঈদত কোনেও নিধন কৰিব নোৱাৰিব…

ByByMahesh Malakar May 22, 2026
Scroll to Top