• Home
  • অসম
  • কাইলৈৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা
Image

কাইলৈৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা

কাইলৈৰ পৰা দুদিনৰ বাবে বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।

প্ৰধানমন্ত্ৰী মোদীৰ আগমনক লৈ বন্ধ থাকিব তিনিটা ঘাটৰ ফেৰী সেৱা।

জাননীযোগে প্ৰকাশ কৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে।

গুৱাহাটী-উত্তৰ গুৱাহাটীৰ তিনিটা ঘাটৰ ফেৰী সেৱা বন্ধ থাকিব।

২১ ডিচেম্বৰৰ দিনৰ ১২ বজালৈ বন্ধ থাকিব ফেৰী সেৱা।

পৰীক্ষা পে চর্চা’ অনুষ্ঠানৰ বাবে ফেৰী সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত IWTৰ ।

Releated Posts

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…

ByByMahesh Malakar Apr 9, 2026

ভোটগ্ৰহণৰ পূৰ্বে ওদালগুৰিত প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কংগ্ৰেছ প্ৰাৰ্থী সুৰেন দৈমাৰীৰ

ভোটগ্ৰহণৰ আগদিনা প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিলে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। ওদালগুৰিৰ প্ৰাৰ্থী সুৰেন দৈমাৰীয়ে প্ৰত্যাহাৰ কৰিলে প্ৰাৰ্থিত্ব। প্ৰাৰ্থিত্ব এৰাই নহয়,…

ByByMahesh Malakar Apr 8, 2026

আজি অন্ত পৰিব অসম বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান

বিধানসভা নিৰ্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী। আজি বিয়লি ৫ বজাত অন্ত পৰিব নিৰ্বাচনী প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ…

ByByMahesh Malakar Apr 7, 2026
Scroll to Top