‘ডকাইতৰ চৰকাৰ, গুণ্ডা চৰকাৰে শেষ কৰিলে ৰাজ্য’
‘এই চৰকাৰ থাকিলে ৰাজ্যত প্ৰয়োজন নাই ডকাইতৰ’
‘কেৱল মাত্ৰ নিৰ্বাচন জিকিবৰ বাবে নিজৰ স্বাৰ্থ সিদ্ধি হবৰ বাবে’
‘দিল্লী আৰু দিছপুৰ দখল কৰিব বাবে ডকাইত কৰি আছে এইখন চৰকাৰে’
মন্তব্য অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সম্পাদক পৰশজ্যোতি দাসৰ
ৰন্ধন গেছ, পেট্ৰল,ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ











