চামুচেৰে আঁচনি দিছে আনফালে বেলচাই সাধাৰণ জনতাৰ পৰা কাঢ়ি নিছে চৰকাৰে
জনসাধাৰণৰ মূৰত পুনৰ ৰামটাঙোন
আজিৰ পৰা পুনৰ বাঢ়িল ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম
প্ৰতিটো ঘৰুৱা চিলিণ্ডাৰৰ দাম ২৯ টকাকৈ বৃদ্ধি
পূৰ্বে ঘৰুৱা চিলিণ্ডাৰৰ দাম আছিল ৯১৩ টকা
আজিৰ পৰা এই দাম হ’লগৈ ৯৪২ টকা
নিৰ্বাচন যেন শেষ সকলো স্বাৰ্থ শেষ হ’ল চৰকাৰ
ৰন্ধন গেছৰ চিলিণ্ডাৰৰ হাহাকাৰ লাগি থকাৰ সময়তে
পুনৰ সাধাৰণ জনতাক মাধমাৰ চৰকাৰৰ













