• Home
  • অপৰাধনামা
  • জাগীৰোডৰ গণেশ টকিজত আজিৰে পৰা প্ৰদৰ্শনী আৰম্ভ “ ৰৈ ৰৈ বিনালে “
Image

জাগীৰোডৰ গণেশ টকিজত আজিৰে পৰা প্ৰদৰ্শনী আৰম্ভ “ ৰৈ ৰৈ বিনালে “

জাগীৰোডৰ গণেশ টকিজত আজিৰে পৰা প্ৰদৰ্শনী আৰম্ভ “ ৰৈ ৰৈ বিনালে “

জুবিন গাৰ্গৰ “ ৰৈ ৰৈ বিনালে ’’ ছবি খনৰ বাবেই এতিয়া খোল খাইছে প্ৰায় ছয় বছৰ ধৰি বন্ধ হৈ থকা জাগীৰোডৰ গণেশ টকিজ নামৰ চিনেমা হল ।

প্ৰায় আঠশ দৰ্শকে একেলগে বহি চিনেমা চাব পৰা হলটো জুবিন অনুৰাগী সকলেও এই চিনেমা হলটোতে ৰৈ ৰৈ বিনালে চাবলৈ অধিৰ আগ্ৰহেৰে বাট চাই আছিল ।

ইতিমধ্যে আহি ভিৰ কৰিছে জুবিন অনুৰাগী সকলে ৷প্ৰথমটো দৰ্শনী আজি ১১টা বজাৰ পৰা আৰম্ভ হ’ব ৷

Releated Posts

আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গ নোহোৱা হোৱাৰ পাৰ হল ৪ টা মাহ আজি জুবিন গাৰ্গৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি আজি জামিন…

ByByMahesh Malakar Jan 22, 2026

শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল গৰিমা শইকীয়া গাৰ্গৰ

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি বিপদত শিখা শৰ্মা বিতৰ্কিত শিখা শৰ্মাৰ বিৰুদ্ধে আইনৰ কাষ চাপিল গৰিমা শইকীয়া…

ByByMahesh Malakar Jan 19, 2026

হঠাৎ ধুবুৰীত জাৰি BNSSৰ ১৬৩ধাৰা

হঠাৎ ধুবুৰীত জাৰি BNSSৰ ১৬৩ধাৰা অনিৰ্দিষ্টকাললৈ প্ৰযোজ্য হ’ব কঠোৰ নিয়ম ধুবুৰী জিলা আয়ুক্তই জাৰি কৰিলে এই নিৰ্দেশনা কোনেও…

ByByMahesh Malakar Jan 18, 2026

ইউ এছ টি এমে পুনৰ লাভ কৰিলে ‘ইউনিভাৰ্চিটি অৱ দ্য ইয়েৰ ২০২৫ সন্মান

প্ৰেছ বিজ্ঞপ্তিইউ এছ টি এমে পুনৰ লাভ কৰিলে ‘ইউনিভাৰ্চিটি অৱ দ্য ইয়েৰ ২০২৫ সন্মান Ri-Bhoi, Meghalaya, January 16,…

ByByMahesh Malakar Jan 17, 2026
Scroll to Top