• Home
  • অসম
  • আজিয়েই ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন
Image

আজিয়েই ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন

আজিয়েই ঘোষণা হ’ব বিধানসভা নিৰ্বাচনৰ দিন

বিয়লি ৪বজাত নিৰ্বাচন আয়োগৰ সংবাদমেল

ৰাজ্যত জাৰি হ’ব নিৰ্বাচনৰ অধিসূচনা

দেশৰ ৫ৰাজ্যৰ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা

ৰাজ্যত আজিৰে পৰা জাৰি কৰা হ’ব নিৰ্বাচনী অধিসূচনা

সকলো চৰকাৰী কাৰ্যসূচী ৪ বজাৰ পুৰ্বেই সমাপন কৰা চেষ্টা

মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জিলাই জিলাই জাৰি নিৰ্দেশনা

৪ বজাৰ আগতেই শেষ কৰিব লাগিব চৰকাৰী কাম কাজ

বিহুৰ পুৰ্বেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ সম্ভাৱনা

Releated Posts

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী

মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…

ByByMahesh Malakar Apr 10, 2026

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…

ByByMahesh Malakar Apr 10, 2026

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান

লুৰীণজ্যোতি গগৈৰ বাসগৃহত আৰক্ষীৰ তালাচী অভিযান। খোৱাং সমষ্টিৰ অন্তৰ্গত বৰপথাৰ গদাপাণিৰ বাসগৃহত এই অভিযান।

ByByMahesh Malakar Apr 10, 2026
Scroll to Top