দেশত পুনৰ হব নেকি লকডাউন
কি কলে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে
দেশত পুনৰ লকডাউন ঘোষণা নহয়
চৰকাৰে স্পষ্ট কৰিলে স্থিতি
লকডাউনৰ খবৰ সম্পূৰ্ণৰূপে ভিত্তিহীন
উৰাবাতৰিত ভোল নাযাবলৈ আহ্বান পেট্ৰলিয়াম মন্ত্ৰীৰ
কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীৰ X যোগে দেশবাসীক আহ্বান













