মছজিদত ভয়ংকৰ গু*লীচালনা
থিতাতে প্ৰাণ গ’ল ৩জনকৈ লোকৰ
হাতত বন্দুক লৈ দুই কিশোৰৰ ধাৰাষাৰ গুলীবৰ্ষণ
মছজিদত গুলীচালনা কৰি নিজকে শেষ কৰি পেলায় দুই কিশোৰে
১৭-১৯ বছৰীয়া যুৱকে সংঘটিত কৰিছিল এই ভয়ংকৰ গুলীচালনাৰ ঘটনা
আমেৰিকাৰ ইছলামিক চেণ্টাৰ অফ চান ডিয়েগোৰ মছজিদত ভয়ংকৰ গুলীচালনা
ঘটনাৰ পিছতেই আৰম্ভ হৈছে তদন্ত
এই ঘটনাক ভয়ানক স্থিতি আখ্যা ডনাল্ড ট্ৰাম্পৰ

















