হাটশিঙিমাৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিকে বাছি ললে চৰম পন্থা ।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আবু হাছান সেখে নিশা নিজ ঘৰতে চিপজৰী লৈ আত্মহত্যা কৰে । আত্মহত্যাৰ কাৰণ মানসিক চিন্তা বুলি বিভিন্নজনে ধাৰণা কৰিছে । সাংবাদিকগৰাকীয়ে দীৰ্ঘদিনৰ পৰাই এটা ব্যক্তিগত চেটেলাইট চেনেলত কৰ্মৰত আছিল । কিন্তু হাটশিঙিমাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ আৰ বি বিভাগত টিউটৰ হিচাপে চাকৰি হোৱাত সাংবাদিকতাৰ পৰা অব্যাহতি লয় । সাংবাদিকগৰাকী … Read more