মাদক দ্ৰব্য সেৱনৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ বাবে বৰডুমচাত মাৰাথান দৌৰ প্ৰতিযোগিতা সম্পন্ন।

চৰাইদেউৰ দুৰ্গেচ কুৰ্মীয়ে লাভ কৰিলে প্ৰথম স্থান । উজনি অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈৰ যোগদান।অসমীয়া যুৱ মঞ্চ, তিনিচুকীয়া জিলা সমিতিৰ সৌজন্যত বৰডুমচা- পেঙেৰীৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰডুমচাবাসীৰ সহযোগত মাদকদ্ৰব্য সেৱনৰ বিৰুদ্ধে যুৱ প্ৰজন্মক সজাগ কৰাৰ উদ্দেশ্যেৰে আজি এক দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । চুবুৰীয়া অৰুণাচল প্ৰদেশৰ নামচাইৰ পৰা আৰম্ভ কৰি অসমৰ মাধৱপুৰ প্রাথমিক বিদ্যালয়ৰ … Read more

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা পৰ্য্যায়ৰ খেল মহাৰণত ২.০ ৰ শুভ উদ্বোধন ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত জিলা পৰ্য্যায়ৰ খেল মহাৰণত ২.০ ৰ শুভ উদ্বোধন । বৃহস্পতিবাৰে দিনৰ ১১ বজাত হাটশিঙিমাৰীৰ মানিক সৰকাৰ হাইস্কুল খেলপথাৰত খেল মহাৰণ ২.০ ৰ শুভ উদ্বোধন কৰে। শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ লগতে অতিৰিক্ত আয়ুক্ত আৰু জিলা ক্ৰীড়া বিভাগৰ বিষয়াসকল । উল্লেখ্য যে, … Read more

আজি ৰাষ্ট্ৰীয় ‘জেভেলিন ডে ‘ । অসম এথলেটিকছ সন্থাৰ বিশেষ আয়োজন ।

৭ আগষ্ট দিনটো স্বৰ্ণজয়ী ভাৰতীয় তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ নামত উৎসৰ্গিত ।সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় এথলেটিক ষ্টেডিয়ামত দিনযোৰা কাৰ্যসূচীৰ সৈতেসংগতি ৰাখি ৰাজ্যিক ভিত্তিত পাঁচটা বয়স শাখা সামৰি এক জেভেলিন থ্ৰ’ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।ৰাজ্যৰ ২৫ খন জিলাৰ ২২৪ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ।এই কাৰ্যসূচীত উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সভাপতি কেবিনেট … Read more