ৰাজ্যৰ BOXING খেলুৱৈ সকলৰ বাবে ভাল খবৰ….
উত্তৰ গুৱাহাটীৰ চন্দ্ৰা গাৱত নিৰ্মাণ কৰা হৈছে এখন উন্নত মানদণ্ডৰ “BOXING ACADEMY “।অসম গৌৰৱ, অলিম্পিয়ান লাভলীনা বৰগোহাঁইৰ উদ্যোগত নিৰ্মান কৰা হৈছে”BOXING ACADEMY “খন ।”BOXING ACADEMY ” খনকলৈ ব্যস্ত আন্তঃৰাষ্ট্ৰীয় BOXER লাভলীনা ।”ACADEMY ” খনৰ বাবে পাটিয়ালাৰ পৰা আনা হৈছে উন্নত মানদণ্ডৰ সামগ্ৰী ।অতি কম খৰচত ৰাজ্যৰ প্ৰতিভাৱান খেলুৱৈয়ে BOXINGৰ প্ৰশিক্ষণ ল’ব পাৰিব ACADEMY খনত । … Read more