সুদীৰ্ঘ এটা বছৰৰ অন্তত আজিৰে পৰা মুকলি হ’ল ৰূপসী বিমানবন্দৰ।
পুৱাৰ পৰাই বিমাবন্দৰটোত এক আনন্দময় পৰিৱেশ ।সপ্তাহত তিনিদিন, পুৱা ৮ বাজি ২০ মিনিটত গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এয়াৰলাইঞ্চৰ যাত্ৰী কঢ়িয়াই অনা বিমানখনে ৰূপসী বিমান বন্দৰত 9:05 AM অৱতৰণ কৰিব আৰু ইয়াৰ পাছত পুৱা 9.30 বজাত কলিকতালৈ যাব । ব্ৰিটিছ শাসনকালত দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে স্থাপন হোৱা ৰূপসী বিমান বন্দৰটো ১৯৮৪ চনৰ পৰা বন্ধ … Read more