“বাংলাদেশত কৌশানীৰ নায়ক শান্তো খানক প্ৰহাৰ কৰি হত্যা কৰা হৈছিল”- অভিনেত্ৰীগৰাকীয়ে কি কৈছিল ?

কৌশানী ‘পিয়া ৰে’ বোলছবিখনত শান্তোৰ নায়িকা আছিল । কৌশানীয়ে নায়কৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব নোৱাৰে।অস্থিৰতাৰ পৰিৱেশ সমগ্ৰ বাংলাদেশতে আছে । শ্বেখ হাছিনাই দেশ ত্যাগ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে । চুবুৰীয়া দেশবোৰৰ পৰা ইটোৰ পিছত সিটো অস্থিৰতাৰ খবৰ আহি আছে । ইয়াৰ মাজতে, আন এটা খবৰে জোকাৰিছে বাংলাদেশক । বাংলাদেশৰ চান্দপুৰ সদৰ উপজিলাত … Read more

এইবাৰ “পাপাৰাজ্জী সংস্কৃতি” ৰ ওপৰত এক্সন মোডত বলীউদৰ প্ৰখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা জাহ্নৱী কাপুৰ । কিয় হঠাতে এনে পৰিৱেশৰ সূচনা ? নিজ মুখে উল্লেখ কৰিলে জাহ্নৱীয়ে ।

সততে দেখা যায়, চেলীব্ৰেটীৰ ফটো উঠাবলৈ হেতা- ওপৰা কৰা “পাপাৰাজ্জী সংস্কৃতি” বলীউদত বিৰাজমান । কিন্তু , শেহতীয়াকৈ চৌদিশে চলি থকা জাহ্নৱীৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা পৰিস্থিতৰ বিষয়ে উল্লেখ কৰি জাহ্নৱীয়ে এই প্ৰসংগ আনে। বলীউডৰ প্ৰখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা জাহ্নৱী কাপুৰৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। জাহ্নৱী এতিয়া তেওঁৰ … Read more