• Home
  • অসম
  • এটাৰ পিছত আন এটা ৰেকৰ্ড প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি ‘ৰৈ ৰৈ বিনালে’
Image

এটাৰ পিছত আন এটা ৰেকৰ্ড প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি ‘ৰৈ ৰৈ বিনালে’

এটাৰ পিছত আন এটা ৰেকৰ্ড গঢ়িছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি ‘ৰৈ ৰৈ বিনালে’ই

মাত্ৰ দুদিনতে উপাৰ্জন ৫.৪০ কোটি টকা

পূৰ্বৰ সকলো চিনেমাৰ ৰেকৰ্ড ভংগ কৰিছে ‘ৰৈ ৰৈ বিনালে’

মুক্তিৰ চতুৰ্থ দিনাও ‘ৰৈ ৰৈ বিনালেৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি

সর্বাধিক উপাৰ্জনকাৰী ১০ খন অসমীয়া ছবিকেইখন

১) বিদুৰভাই- ১৭.৭৫ কোটি টকা
২) ভাইমনদা- ১৪.৩১ কোটি টকা
৩) শ্ৰীৰঘূপতি- ১৩.৮১ কোটি টকা
৪) ৰুদ্র- ১০.৫৬ কোটি টকা
৫) ৰত্নাকৰ – ১০ কোটি টকা
৬) কাঞ্চনজংঘা – ৭ কোটি টকা
৭) ডক্তৰ বেজবৰুৱা ২– ৭ কোটি টকা
৮) মিছন ছাইনা – ৬ কোটি টকা
৯) ৰৈ ৰৈ বিনালে – ৫.৪০ কোটি টকা (২ দিনত)
১০) চিকাৰ – ৫ কোটি টকা

Releated Posts

মুখ্যমন্ত্ৰীৰ অভিযোগৰ আজি প্ৰত্যুত্তৰ দিব গৌৰৱ গগৈয়ে

বহু অপেক্ষাৰ অন্তত দেওঁবাৰে ৰাজহুৱা হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য পাক লিংকৰ তথ্য দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 9, 2026

সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত আনটো বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ

১০.৩০ বজাৰ আৰম্ভ হ’ল গৌৰৱ গগৈৰ পাকিস্তান লিংকক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সংবাদমেল সংবাদমেলত গৌৰৱৰ পাকিস্তান লিংক সন্দৰ্ভত এটাৰ পিছত…

ByByMahesh Malakar Feb 8, 2026

আৰু মাত্ৰ কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 8, 2026

কেইটামান ক্ষণ ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে

আৰু মাত্ৰ কেইটামান ক্ষণ প ১০.৩০ বজাৰ লগে লগে গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ বিস্ফোৰণ ঘটাব মুখ্যমন্ত্ৰীয়ে গৌৰৱ…

ByByMahesh Malakar Feb 8, 2026
Scroll to Top