পুনৰ বহিঃৰাজ্যত অসমৰ যুৱক সন্ধানহীন । যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ কিবা সম্ভেদ লাভ কৰে, তেন্তে 8404076475 নম্বৰৰ জৰিয়তে পৰিয়ালক অৱগত কৰিবলৈ অনুৰোধ জনাইছে ।
পুনৰ বহিঃৰাজ্যত অসমৰ যুৱক সন্ধানহীন । এইবাৰ বহিঃৰাজ্যত কৰ্ম সংস্থাপন বিচাৰি গৈ সন্ধানহীন হৈ পৰিছে ঘিলামৰাৰ এজন যুৱক । ঘিলামৰা বালিয়নী গাওঁৰ চন্দ্ৰ গগৈ নামৰ যুৱকজন সন্ধানহীন হৈ পৰাৰ লগে লগে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ঘৰখনত । উল্লেখযোগ্য যে যোৱা তিনি মাহৰ আগতে ঘৰৰ পৰা ওলাই যোৱা যুৱকজন প্ৰথমে নিজৰ সম্পৰ্কীয় লোকৰ তত্বাৱধানত কাম কৰি … Read more