তিনিচুকীয়াত মন্ত্ৰী- বিধায়কৰ উপস্থিতিত অৰুণোদয় ৩.০ আঁচনিৰ জিলা নিৰীক্ষণ সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক।

তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত আজি অৰুণোদয় ৩.০ আঁচনিৰ জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা আৰু ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন আৰু জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা উপস্থিত থাকি ভিডিঅ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰে। সভাত জিলাখনত ৰূপায়নৰ প্ৰক্ৰিয়া চলি থকা … Read more