আই আই টি গুৱাহাটীত আজিৰে পৰা আৰম্ভ হৈছে ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ ২০২৪ ৰ দশম সংস্কৰণ।
বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ তত্বাৱধানত আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সহযোগত অহা ৩ ডিচেম্বৰলৈ চলিব এই বিজ্ঞান মহোৎসৱ। বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদে আয়োজন কৰা এই অনুষ্ঠানক ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত পৰিৱেশৰ এক গুৰুত্বপূৰ্ণ অনুষ্ঠান হিচাবে পৰিগণিত হ’ব । পাৰমাণৱিক শক্তি বিভাগ, মহাকাশ বিভাগ, আই আই টি গুৱাহাটী আৰু বিজ্ঞান ভাৰতীয়েও ইয়াত সহযোগিতা আগবঢ়াইছে । ভাৰতক … Read more