দক্ষিণ-শালমাৰা জৰুৱাৰচৰ পাবলিক হাইস্কুলত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, গণিতৰ পৰীক্ষা বাতিল

জৰুৱাৰচৰ: জৰুৱাৰচৰ পাবলিক হাইস্কুলত আজি অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাই আলোড়ন সৃষ্টি কৰিছে। সাধাৰণ গণিতৰ পৰীক্ষা আৰম্ভ হোৱাৰ মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে প্ৰশ্নকাকত ফাদিল হোৱা বুলি পৰীক্ষা কেন্দ্ৰৰ পৰা নিশ্চিত কৰা হৈছে। পৰীক্ষা আৰম্ভ হোৱাৰ আগতে পৰীক্ষাৰ্থীসকলক দুবাৰকৈ তালাচী কৰি পৰীক্ষা কেন্দ্ৰলৈ সোমোৱাৰ অনুমতি দিয়া হৈছিল। তাৰ পিছতো কিছুমান অসাধু … Read more