উত্তৰ গুৱাহাটী ভেটামুখ তিনিআলিত”IB GYM FITNESS”নামেৰে এটা অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ আনুষ্ঠানিক মুকলি…
উত্তৰ গুৱাহাটী ভেটামুখ তিনিআলিত মঙ্গলবাৰে “IB GYM FITNESS” নামেৰে এটা অত্যাধুনিক শৰীৰ চৰ্চা কেন্দ্ৰ আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় । কেন্দ্ৰটো মুকলি কৰে খ্যাতি সম্পন্ন শৰীৰ চৰ্চাবীদ ভৱজ্যোতি গোস্বামীয়ে । কেন্দ্ৰটো মুকলি কৰি গোস্বামীয়ে কয় যে নিয়মীয়া শৰীৰ চৰ্চাই মানুহক নিৰোগী হৈ থকাত সহায় কৰে । উদ্বোধনী অনুষ্ঠানত সমাজকৰ্মী কেশৱ বৰা ,দিলীপ কৰাকে ধৰি কেইবাজনো … Read more