• Home
  • অসম
  • LPG চিলিণ্ডাৰৰ পিছতএইবাৰ বৃদ্ধি টোল কৰ
Image

LPG চিলিণ্ডাৰৰ পিছতএইবাৰ বৃদ্ধি টোল কৰ

LPG চিলিণ্ডাৰৰ পিছত এইবাৰ বৃদ্ধি টোল কৰ

আজিৰে পৰা টোল প্লাজাসমূহত নগদ লেনদেন বন্ধ।

FASTag বা UPIৰ জৰিয়তে আদায় দিব লাগিব টোলকৰ।

FASTag বা UPIৰ জৰিয়তে মাচুল আদায় দিব নোৱৰা বাহনে আদায় দিব লাগিব দুগুণ টোলকৰ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণৰ নিৰ্দেশনা জাৰি।

আনহাতে আজিৰে পৰা বৃদ্ধি হ’ল টোল কৰ।

লঘু বাহনত ৫ পৰা ৩৫ টকা পর্যন্ত বৃদ্ধি টোল কৰ

Releated Posts

‘জামিন লৈ পলোৱাৰ ধান্দাত আছে সিদ্ধাৰ্থ, শ্যামকানু’

‘জামিন লৈ পলোৱাৰ ধান্দাত আছে সিদ্ধাৰ্থ, শ্যামকানু’ ‘সিদ্ধাৰ্থ, শ্যামকানুসহ এই ৪টা শেষ’ আদালতে চাৰ্জ ফ্ৰেম লগোৱাৰ পাছত এইকেইটাই…

ByByMahesh Malakar Jun 9, 2026

ৰাজ্যত ধুমুহা-বৰষুণৰ তাণ্ডৱ

ৰাজ্যত ধুমুহা-বৰষুণৰ তাণ্ডৱ হাহাকাৰ পৰিস্থিতি গুৱাহাটী মহানগৰীত সাৱধান হওক মহানগৰবাসী আগন্তুক ৪৮ ঘণ্টাকৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী দিনতে…

ByByMahesh Malakar Jun 9, 2026

আৰ্যনগৰত এজন অসমীয়াৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক বহিৰাগতই প্ৰহাৰ কৰা ঘটনাই জোঁকাৰি গৈছে ৰাজ্য

গুৱাহাটী মহানগীৰৰ মাজমজিয়াত ভয়ংকৰ ঘটনা আৰ্যনগৰত এজন অসমীয়াৰ লগতে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক বহিৰাগতই প্ৰহাৰ কৰা ঘটনাই…

ByByMahesh Malakar Jun 8, 2026

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ

বহু জল্পনা কল্পনাৰ অন্তত বিতৰণ হ’ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ দপ্তৰ পূৰ্বে ৪গৰাকী মন্ত্ৰীক কেইবাটাও গুৰুত্বপূৰ্ণ দপ্তৰ বিতৰণ…

ByByMahesh Malakar Jun 8, 2026
Scroll to Top