পঞ্চায়ত নির্বাচন নতুন পদ্ধতিৰে ৰাজ্যত অনুষ্ঠিত হ’ব ,পঞ্চায়ত নির্বাচনতকি কি যোগ্যতা থাকিলে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াব প্রার্থীয়ে?
২ আৰু ৭মে’ত অসমত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচন|নতুন পদ্ধতিৰে ৰাজ্যত অনুষ্ঠিত হ’ব পঞ্চায়ত নির্বাচনত,কি কি যোগ্যতা থাকিলে নির্বাচনত প্রতিদ্বন্দ্বিতা আগবঢ়াব প্রার্থীয়ে?২১ বছৰ বয়স হ’লেহে খেলিব পাৰিব পঞ্চায়ত নির্বাচনবাল্য বিবাহৰে জড়িত প্ৰাৰ্থী হ’ব অযোগ্য,গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদৰ সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী মেট্রিক উত্তীর্ণ হ’ব লাগিবঅনুসূচিত জাতি-জনজাতি অন্যথা পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী দশম শ্রেণীলৈকে পঢ়া হ’ব লাগিব । … Read more