ক্ৰীড়াপ্ৰেমীৰ বাবে প্রতীক্ষাৰ অন্ত পৰিবলৈ আৰু মাত্ৰ কেইটামান ঘণ্টা বাকী। কাইলৈ অৰ্থাৎ ৮ মাৰ্চত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আইচিচি পুৰুষ টি-২০ বিশ্বকাপ ২০২৬-ৰ সেই বহু প্ৰত্যাশিত খিতাপী যুঁজ। এই ঐতিহাসিক মেচত মুখামুখি হ’ব ভাৰত আৰু নিউজিলেণ্ড।সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলে বৰ্তমান দুৰ্ধৰ্ষ ফৰ্মত আছে। ছেমি ফাইনেলত ইংলেণ্ডক ৭ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰা টীম ইণ্ডিয়াৰ লক্ষ্য হ’ল তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ ট্ৰফী আজুৰি অনা । ইয়াৰ পূৰ্বে ভাৰতে ২০০৭ আৰু ২০২৪ চনত বিশ্ব চেম্পিয়ন হোৱাৰ গৌৰৱ অৰ্জন কৰিছিল।আহমেদাবাদৰ ১ লাখতকৈও অধিক দৰ্শকৰ সমৰ্থন আৰু ঘৰুৱা পৰিৱেশৰ সুবিধা লৈ টীম ইণ্ডিয়াই পুনৰবাৰ বিশ্ব বিজয়ীৰ খিতাপ অৰ্জন কৰিব পাৰিবনে? এতিয়া সেয়াহে হ’ব লক্ষণীয়।

টি-২০ বিশ্বকাপ ২০২৬: কাইলৈ মেগা ফাইনেলত মুখামুখি হ’ব ভাৰত-নিউজিলেণ্ড; ইতিহাস গঢ়াৰ দিশে টিম ইণ্ডিয়া
Releated Posts
ৰাম মন্দিৰৰ চুৰিকাৰ্যত অভিযুক্তৰ বিৰুদ্ধে মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে?
মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা ল’বনে আৰক্ষী-প্ৰশাসনে? ৰাম মন্দিৰৰ চুৰিকাৰ্যত অভিযুক্তৰ বিৰুদ্ধে কি হ’ব এক্সন? মুছলমান অপৰাধীৰ দৰেই ব্যৱস্থা…
বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন
বিজেপিয়ে লুটিছে পৱিত্ৰ ৰামমন্দিৰৰ ধন ৰাম মন্দিৰৰ চুৰিৰ আঁৰত দেশৰ নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰ ‘চম্পট ৰায়ৰে মিলি বৃহৎ…
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব আমাৰ যুদ্ধ আৰম্ভ হ’ল দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়? আমাৰ…
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব
দেশৰ শিক্ষা ব্যৱস্থা সলনি হ’বই লাগিব আমাৰ যুদ্ধ আৰম্ভ হ’ল দেশৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত মাত্ৰ ৫টাই বিকল্প কিয়? আমাৰ…















