Image

ফেচবুক,ইনষ্টাগ্ৰামক লৈ আহি গ’ল কঠোৰ আইন

ফেচবুক,ইনষ্টাগ্ৰামক লৈ আহি গ’ল কঠোৰ আইন

এতিয়াৰে পৰা যধে-মধে খুলিব নোৱাৰিব ফেচবুক একাউণ্ট

১৬ বছৰৰ তলৰ লৰা-ছোৱালীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক

ব্যৱহাৰ কৰিব নোৱাৰিব টিকটক, Snapchat ইত্যাদি এপ

এনে এপবোৰে মানসিক অৱস্থাত ক্ষতি কৰাৰ অভিযোগ

১০ ডিচেম্বৰৰ পৰা প্ৰযোজ্য হব এই নতুন নিয়ম

অষ্ট্ৰেলিয়া চৰকাৰে নিষিদ্ধ কৰিব ৪০ লাখ একাউণ্ট

Releated Posts

৮ ডিচেম্বৰত পোষ্ট মেলনৰ কনচাৰ্টকলৈ পথ নিৰ্দেশনা

৮ ডিচেম্বৰত পোষ্ট মেলনৰ কনচাৰ্টকলৈ পথ নিৰ্দেশনা বাণিজ্যিক বাহনৰ বাবে পুৱা ১০বজাৰ পৰা বন্ধ থাকিব কেইবাটাও পথগধুৰ বাণিজ্যিক…

ByByMahesh MalakarDec 7, 2025

বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস

বিশ্ব জয় কৰি অসম পালেহি অসম কন্যা চিমু দাস অসম পালেহি বিশ্বজয়ী অসম কন্যা চিমু দাস। দৃষ্টিহীন মহিলা…

ByByMahesh MalakarDec 5, 2025

আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

আজি দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল’ব পুটিনে। এই…

ByByMahesh MalakarDec 4, 2025

আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন

আজি বৰ্ষাপাৰাত ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ দ্বিতীয়টো দিন। পুৱা ৯ বজাৰ পৰা আৰম্ভ দ্বিতীয় দিনৰ খেল। ২৪৭ ৰানৰ…

ByByMahesh MalakarNov 23, 2025
Scroll to Top